উদ্দেশ্য আৰু বিধেয়ঃ
Subject:বাক্যত যি শব্দ বা শব্দ সমষ্টিৰ বিষয়ে কিবা কোৱা হয়, তাক Subject বা উদ্দেশ্য বোলে।
Predicate: Subject ৰ বিষয়ে যি কোৱা হয়, তাক Predicate বা বিধেয় বোলে।
তলৰ বাক্যবোৰলৈ মন কৰা-
He runs.
I play.
Birds fly.
Boys play.
God is good.
The man is running.
He has bought some mangoes.
My father is angry.
They have come here.
The programme is going on.
ওপৰৰ প্ৰতিটো বাক্যক তলত দিয়া ধৰণে দুটা ভাগত ভগাব পাৰি-
ইয়াত প্ৰথম ভাগটোত কোনো ব্যক্তি, বস্তু বা ঘটনাৰ বিষয়ে কোৱা হৈছে। এইবোৰ Subject বা উদ্দেশ্য।বাক্যটোত যি শব্দ বা শব্দ সমষ্টিৰ বিষয়ে কিবা কোৱা হয়, তাক Subject বোলে। Subject টো Noun বা Noun ৰ সমতুল্য পদ। ই এটা শব্দ বা শব্দ সমষ্টিও হ'ব পাৰে।
দ্বিতীয় ভাগটোত Subject ৰ বিষয়ে কোৱা হৈছে। Subject ৰ বিষয়ে যি কোৱা হয়, তাক Predicate বা উদ্দেশ্য বোলে। উল্লেখ্য যে Predicate টোত এটা finite verb থাকে। Predicate টোত এটা verb বা verb ৰ লগতে অন্যান্য শব্দও যোগ হৈ থাকিব পাৰে।
Imperative Sentence ৰ Subject আৰু Predicate:
যিহেতু Imperative Sentence ৰ Subect 'You'সাধাৰণতে উহ্য থাকে, এই Sentence ৰ বেলিকা সম্পুৰ্ণ বাক্যটোকে Predicate বুলি ধৰি লোৱা হয় আৰু Subject 'You'বুলি মনতে (Mentally Supply কৰা হয়) ধৰি লব লাগে। তলৰ উদাহৰণ বোৰ চোৱা। বন্ধনীৰ ভিতৰত থকা 'You'টো Subject বুলি ধৰি লোৱা হৈছে। শেষৰ বাক্য দুটাত bracket নাই কাৰণ তাত Subject টো দিয়া আছে।
(You) go there.
(You) please help me.
You shut up.
Robin, you go there. (Robin, you - Subject)
Subject আৰু Predicate: অতিৰিক্ত উদাহৰণ-